Daily Time Axom

অৱশেষত জামিন লাভ নিলম্বিত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ

11

নিউজ ডেস্ক, ৮ জুলাইঃ অৱশেষত জামিন লাভ কৰিলে প্ৰবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমনি ৰাভাই।

৪ জুনৰ পৰা মাজুলী জিলা কাৰাগাৰত আছিল জোনমণি ৰাভা।

১মাহ ৪ দিন মাজুলী জিলা কাৰাগাৰত কটোৱাৰ পিছত জামিন লাভ কৰে জোনমণিয়ে।শুক্ৰবাৰে মাজুলী জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে জামিন প্ৰদান কৰে জোনমণিক।

উল্লেখ্য যে, ভাবীস্বামীৰে মিলি প্ৰবঞ্চনাৰ গোচৰত অভিযুক্ত আছিল জোনমণি ৰাভা।

Comments are closed, but trackbacks and pingbacks are open.