ব্ৰঞ্জৰ ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
নিউজ ডেস্ক, ১১ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নতুন দিল্লীৰ নতুন সংসদ ভৱনত ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন কৰে।
ৰাষ্ট্ৰীয় প্ৰতীকটো মুঠ ৯,৫০০ কিলোগ্ৰাম ওজনৰ ব্ৰঞ্জেৰে নিৰ্মিত আৰু উচ্চতা ৬.৫ মিটাৰ। প্ৰতীকটো উন্মোচন কৰাৰ পিছতেই প্ৰধানমন্ত্ৰীয়ে পূজাত অংশগ্ৰহণ কৰে।
সংসদৰ চেণ্ট্ৰেল ফ’য়াৰৰ শীৰ্ষত থকা, প্ৰতীকটোত এটা ষ্টীল সমৰ্থনকাৰী গাঁথনি আছে, যাৰ ওজন প্ৰায় ৬,৫০০ কিলোগ্ৰাম।
ৰাষ্ট্ৰীয় প্ৰতীকটো মুঠ ৯৫০০ কিলোগ্ৰাম ওজনৰ ব্ৰঞ্জেৰে নিৰ্মিত আৰু উচ্চতা ৬.৫ মিটাৰ। ইয়াক নতুন সংসদ ভৱনৰ চেণ্ট্ৰেল ফ’য়াৰৰ শীৰ্ষত কাষ্ট কৰা হৈছে। প্ৰতীকটো সমৰ্থন কৰিবলৈ প্ৰায় ৬৫০০ কিলোগ্ৰাম ওজনৰ তীখাৰ এটা সহায়ক গাঁথনি নিৰ্মাণ কৰা হৈছে।
Comments are closed, but trackbacks and pingbacks are open.