Daily Time Axom

পৰ্ণ উদ্যোগৰ কিছুমান অপ্ৰকাশিত সত্য, যিবোৰ কেতিয়াও পোহৰলৈ নাহে

0 15

পৃথিৱীৰ বহু সংখ্যক লোক পৰ্ণৰ প্ৰতি আসক্ত। কিন্তু এই পৰ্ণ উদ্যোগটোৰ বিষয়ে কিছুমান কঠিন সত্য কেতিয়াও ওলাই নাহে। আজিৰ আমাৰ এই প্ৰতিবেদনত আমি পৰ্ণৰ কঠিন সত্যবোৰৰ বিশদ বিৱৰণ দিছো যিবোৰ কেতিয়াও ওলাই নাহে…

১. পৰ্ণষ্টাৰসকলে শেহতীয়াকৈ যি পাইছে তাত সন্তুষ্ট হ’ব নোৱাৰে। বহুক্ষেত্ৰত প্ৰডাকচন কোম্পানী বা পৰিচালকৰ লগত বিবাদত লিপ্ত হয়। আশী বা নব্বৈৰ দশকতো এই সমস্যাৰ অস্তিত্ব নাছিল।

২. এদশকৰ আগতে এই ব্যৱসায়ত যিটো লাভ আছিল, সেয়া এতিয়া আগৰ দৰে নহয়। ইয়াৰ বাবে বেছিভাগ বিনামূলীয়া পৰ্ণ চাইটকে দোষাৰোপ কৰা হৈছে। একে সময়তে তৃতীয় বিশ্বৰ পৰা ধাৰাবাহিকভাৱে এম এম এছ আপলোড কৰি পৰ্ণ উদ্যোগটোক যথেষ্ট বিপদত পেলাইছে।

৩. কোৱা বাহুল্য যে যিসকল এই উদ্যোগলৈ আহে, তেওঁলোকে জানি-বুজি আহে। ইয়াত ষ্টাৰডমটো সাধাৰণ ছবি জগতখনৰ দৰে একেবাৰেই নহয়। বহুত বেছি সময় পৰ্ণত অভিনয় কৰা লোকৰ উদাহৰণ খুব কমেইহে পোৱা যায়।

৪. ছবিখনৰ নব্বৈ শতাংশ উত্তেজক মুহূৰ্তবোৰ ভুৱা। কেৱল দৰ্শকক মনোৰঞ্জন দিবলৈ অভিনেতা-অভিনেত্ৰীসকলে এনেদৰে অভিনয় কৰিব লগা হয়। মনত ৰাখিব, পৰ্ণো এখন চিনেমা আৰু ই অভিনয়।

৫. বৃহৎ উৎপাদনৰ ক্ষেত্ৰত পৰ্ণ ছবিৰ চেটটো পৃথকে পৃথকে প্ৰস্তুত কৰা হয়। কিন্তু বেছিভাগ থাৰ্ড ৱৰ্ল্ড পৰ্ণৰ শ্বুটিং সস্তীয়া হোটেলত বা ঘৰতে কৰা হয়। কিন্তু মাৰিঅ’ চেলেৰীৰ দৰে বিশ্ববিখ্যাত পৰ্ণ পৰিচালকসকলে এক বিশাল দল আৰু ছেটআপৰ সৈতে কাম কৰে।

৬. পৰ্ণ ষ্টাৰৰ ব্যক্তিগত জীৱন অতি স্বাভাৱিক। ৰন জেৰেমি, মেগডেলেন ছেইণ্ট মাইকেল বা জুলিয়া এণ্টোক সন্মান জনোৱা হয়। কিন্তু এই স্থানত উপনীত হ’বলৈ হ’লে ভয়ংকৰভাৱে সংগ্ৰাম কৰিব লাগিব। বহুত হেৰাই গৈছে আন্ধাৰত।

৭. আন চিনেমাৰ দৰে পৰ্ণ চিনেমাৰ শ্বুটিংত দলৰ সদস্যৰ সংখ্যা বেছি নহয়। বেছিভাগ ক্ষেত্ৰতে চেটটোত অভিনেতা-অভিনেত্ৰীৰ বাহিৰেও এজন চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু এজন শব্দ ৰেকৰ্ডিষ্ট থাকে। কিন্তু ইটালী বা স্ক্যাণ্ডিনেভিয়াৰ দেশসমূহত পৰ্ণ এক প্ৰচলিত উদ্যোগ।

Leave A Reply

Your email address will not be published.