Daily Time Axom

বিজেপিত যোগদান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা

23

নিউজ ডেস্ক, ১৬ জুলাইঃ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী। গেৰুৱা হ’ল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা। নিয়ৰ ডেকাৰ নেতৃত্বত যোগ দিলে ৩০ৰো অধিক কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰই।

উল্লেখ্য যে, কিছুদিন পূৰ্বেও বিজেপিত যোগদান কৰিছিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই।

Comments are closed, but trackbacks and pingbacks are open.