ঘৰ শত্ৰু বিভীষণত পৰিণত চাপৰ বিজেপি টাউন মণ্ডল

নিউজ ডেস্ক,১৪ আগষ্টঃমিছা অভিযোগেৰে বাতৰি সম্প্ৰচাৰ কৰি মণ্ডল সভাপতিক হেও প্ৰতিপন্ন কৰাৰ কু-চক্ৰান্তৰ অভিযোগকোনোবা দুষ্ট প্ৰকৃতিৰ বিজেপি কৰ্মীয়ে কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় পতাকা আতৰাই কু অভিসন্ধি ৰচনা কৰাৰ অভিযোগ।

চাপৰ মণ্ডল বিজেপিক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰা কৰ্মীক সংবাদ মেল যোগে সকীয়াই দিলে মণ্ডল বিজেপিৰ সভাপতি দেবজিৎ বৰ কলিতাই, যুৱ মৰ্চাৰ সভাপতি অৰূপ কলিতা আৰু ধুবুৰী পূব জিলা বিজেপিৰ সম্পাদক প্ৰদীপ নাগে।

AssambjpDaily time axomIndiapolitics