Daily Time Axom

স্বাধীনতা দিৱস প্ৰাকক্ষণত চৰাইদেউ জিলাত কটকটীয়া নিৰাপত্তা, এজন আলফা লিংকমেন আটক

12

নিউজ ডেস্ক,১৪ আগষ্টঃস্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চৰাইদেউ জিলাত কটকটীয়া নিৰাপত্তা ।সোণাৰিৰ সাপেখাতীত আলফা লিংকমেন আটক । টাইৰাই গাঁৱৰ জিতু বৰাক তিনি দিনৰ বাবে জিম্মাত লৈছে আৰক্ষীয়ে।আলফা স্বাধীনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত বিজেপি সদস্যক আটক । সোণাৰি টাইৰাই গাঁৱৰ পৰা সাপেখাতী আৰক্ষীয়ে আটক কৰে জিতু বৰাক । সাপেখাটী মণ্ডল যুৱ মৰ্চাৰ সম্পাদক শংকৰ বৰাৰ ভাতৃ জিতু বৰা ।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জিতু বৰাক তিনি দিনৰ বাবে জিম্মাত লৈছে ।

Comments are closed, but trackbacks and pingbacks are open.