Daily Time Axom

স্বাধীনতা দিৱসৰ পুৱাই ডিমৌত উৰিল আলফাৰ পতাকা

27

নিউজ ডেস্ক, ১৫ আগষ্ট: স্বাধীনতা দিৱসত ভয়ংকৰ কূটাঘাতৰ লক্ষ্য আলফা (স্বাঃ)ৰ। শিৱসাগৰ আৰু চৰাইদেউৰ লগতে উজনি অসমৰ কেইবাস্থানতো আলফা (স্বাঃ)ৰ সন্ধানত অসম আৰক্ষী। কূটাঘাতৰ বাবে ম্যানমাৰৰ পৰা আহিছে দল । স্বাধীনতা দিৱসৰ পূৰ্বে শিৱসাগৰৰ ডিমৌত ১ আৰু চৰাইদেউৰ সোণাৰিত ২ আলফাৰ লিংকমেন আৰক্ষীৰ জালত । স্বাধীনতা দিৱসৰ পুৱতি নিশা শিৱসাগৰৰ ৪ ঠাইত আলফা (স্বাঃ)ৰ পতাকা পৰিলক্ষিত হৈছে। স্বাধীনতা দিৱসৰ পুৱাই ডিমৌত উৰিল আলফাৰ পতাকা ।

Comments are closed, but trackbacks and pingbacks are open.