নিউজ ডেস্ক, ১৭ আগষ্টঃ আজি গুৱাহাটীত অনুষ্ঠিত হ’ব ১৩১ সংখ্যক ডুৰাণ্ড কাপ ফুটবল টুৰ্নামেন্ট। বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব ডুৰণ্ড কাপৰ উদ্বোধনী অনুষ্ঠান। বিয়লি ৫ বজাৰ পৰা উৰিষ্যা আৰু নৰ্থ-ইষ্ট এফ চিৰ মাজত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব। গুৱাহাটীত মুঠ ১০ খন খেল অনুষ্ঠিত হ’ব।
উল্লেখ্য যে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাই হ’ল ডুৰাণ্ড কাপ।