নিউজ ডেস্ক, ১৯ আগষ্টঃ কেলিফৰ্ণিয়াৰ মাজ আকাশত ভয়ংকৰ দুৰ্ঘটনা। দুখন বিমানৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দূৰ্ঘটনা সংঘটিত হয়। এই দূৰ্ঘটনাত ২জন লোকৰ মৃত্যু হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া বিমানবন্দৰত এই দুৰ্ঘটনা সংঘটিত হৈছে।
বিমানবন্দৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত উত্তৰ কেলিফৰ্ণিয়াত দুখন বিমানৰ সংঘৰ্ষত এই দূৰ্ঘটনা সংঘটিত হয়।
Comments are closed, but trackbacks and pingbacks are open.