পুনৰ ক’ভিডত আক্ৰান্ত অভিনেতা অমিতাভ বচ্চন

নিউজ ডেস্ক, ২৪ আগষ্টঃ দ্বিতীয়বাৰলৈ ক’ভিডত আক্ৰান্ত হৈছে বলিউদৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন।

এই কথা টুইটাৰযোগে জনায় অভিনেতাগৰাকীয়ে। লগতে তেঁওৰ সংস্পৰ্শলৈ অহা লোকসকলকো ক’ভিড পৰীক্ষাৰ বাবে আহ্বান জনায়।

https://twitter.com/SrBachchan/status/1562136557506613249

বচ্চনে ইয়াৰ পূৰ্বেও ২০২০ চনৰ জুলাই মাহত পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যা বচ্চনৰ সৈতে ক’ভিডৰ দ্বাৰা সংক্ৰমিত হৈছিল।

Amitabh BacchanbollywoodCovid19Daily time axomIndiaMumbai