Daily Time Axom

পুনৰ ইতিহাস ৰচিলে জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই

15

নিউজ ডেস্ক, ২৭ আগষ্টঃ এথলেটিকছত পুনৰ ইতিহাস ৰচিলে ভাৰতৰ গল্ডেন বয় নীৰজ চোপ্ৰাই। এইবাৰ “Lausanne Diamond League”ত স্বৰ্ণ জয় কৰি প্ৰথমজন ভাৰতীয় হিচাপে ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই।

https://twitter.com/IIS_Vijayanagar/status/1563241645520617472

শুকুৰবাৰে প্ৰথম প্ৰয়াসতে ৮৯.০৮ মিটাৰ জেভলিন থ্ৰ’ৰে এই খিতাপ দখল কৰিবলৈ সক্ষম হয় নীৰজে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আঘাতৰ বাবে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিব নাছিল এথলীটগৰাকীয়ে।

Comments are closed, but trackbacks and pingbacks are open.