৯ ছেকেণ্ডৰ ভিতৰত ধ্বংসস্তুপত পৰিণত হ’ল টুইন টাৱাৰ

নিউজ ডেস্ক, ২৮ আগষ্টঃ অৱশেষত ধ্বংসস্তূপত পৰিণত হ’ল উত্তৰ প্ৰদেশৰ নয়ডাৰ গগনচুম্বী ‘টুইন টাৱাৰ’।

৩,৭০০ কিলোগ্রাম বিস্ফোৰক পদার্থ ব্যৱহাৰ কৰি ঘটােৱা বিস্ফােৰণৰ পিছতে তাচপাতৰ ঘৰৰ দৰে খহি পৰে দুয়োটা গগনচুম্বী অট্টালিকা।

প্ৰচণ্ড বিস্ফোৰণৰ শব্দত কঁপি উঠিল টুইট টাৱাৰৰ সমীপৱৰ্তী অঞ্চল। কংক্ৰিটৰ ধূলিৰে হৈ ধূসৰ হৈ পৰে বৃহৎ অঞ্চল।

উল্লেখ্য যে এই ধ্বংসকার্য চলি থকাৰ সময়ত অঞ্চলটােক ‘ন’ ফ্লাই জােন’ ঘােষণা কৰা হৈছিল।

Daily time axomDemolishedIndiaNoidatwin tower