Daily Time Axom

গুৰুজনালৈ প্ৰণাম জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ টুইট

16

নিউজ ডেস্ক, ২৯ আগষ্টঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। মহাপুৰুষজনালৈ প্ৰণাম জনাই দিল্লীৰ মুখেযমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিলে অসমীয়াত টুইট।

হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গুৰুজনালৈ শতকোটি প্ৰণাম। এইদৰে অসমীয়াত টুইট কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনালে প্ৰণিপাত।

Comments are closed, but trackbacks and pingbacks are open.