নিউজ ডেস্ক,২৯আগষ্টঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ নামঘৰে নামঘৰে ব্যাপক আয়োজন। জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ বন্দনা, নাম-কীৰ্তন, হৰি নামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ।
ভক্তি ৰসেৰে জীপাল হ’ব সত্ৰ-নামঘৰসমূহৰ চৌপাশ। ভক্তি ৰসৰ এক জীপাল পৰিৱেশৰ মাজত ৰাজ্যজুৰি সৰ্বগুণাকাৰ গুৰুজনাক স্মৰণ কৰিব ৰাজ্যৰ জণগনে।
Comments are closed, but trackbacks and pingbacks are open.