এইবাৰ ইডিৰ চমন জাৰি তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীলৈ

নিউজ ডেস্ক, ৩০ আগষ্টঃ ইডিৰ অভিযানত এইবাৰ নতুনকৈ অভিযুক্ত হৈছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জী। চোৰাং কয়লাৰ সৰবৰাহৰ অভিযোগৰ ভিত্তিত এই চমন জাৰি কৰা হৈছে অভিষেক বেনাৰ্জীলৈ।

শুকুৰবাৰেবাৰে পুৱা ই ডিৰ কলিকতা কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে নেতা গৰাকীক। আনহাতে, ই ডি ৰ নতুন দিল্লীৰ কাৰ্য্যালয়ৰ বিষয়াই জেৰা কৰিব অভিষেকক।

Abhishek BanerjeeDaily time axomEDIndiapolitics