বহুতো চেলিব্ৰিটিৰ লুকলাইক আছে যাৰ ভিডিঅ’ ওলাই থাকে। শ্বাহৰুখ খান, ছলমান খান, কেটৰিনা কাইফ, অনুষ্কা শৰ্মা, আলিয়া ভট্ট আদিৰো আছে। চেলিব্ৰিটিৰ লুক দেখি অনুৰাগীও প্ৰতাৰিত হয়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এটা ভিডিঅ’ যিটো দেখাত ঐশ্বৰ্য ৰায়ৰ দৰে। ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী অশিতা সিঙৰ ভিডিঅ’টোত ঐশ্বৰ্য ৰায়ৰ কপি যেন লাগিছে। ইয়াৰ পূৰ্বেও বহুবাৰ ভাইৰেল হৈছে অশিতাৰ ভিডিঅ’।