Daily Time Axom

ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুৰু আৰু শিষ্যৰ মাজত উল্লাস

0 22

আজি শিক্ষক দিৱস, শিৱসাগৰ আৰু ডিব্ৰুগড় চহৰতো পবিত্ৰ দিনটো পালন

আজি শিক্ষক দিৱস । দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰখ্যাত দাৰ্শনিক ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম বাৰ্ষিকী । ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম বাৰ্ষিকী উপলক্ষে দেশ তথা ৰাজ্যৰ লগতে শিৱসাগৰ আৰু ডিব্ৰুগড় চহৰতো পবিত্ৰ দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয় । ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম বাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুৰু আৰু শিষ্যৰ মাজত উল্লাস দেখিবলৈ পোৱা গৈছে । দেশৰ ৪৬ গৰাকী শিক্ষকলৈ “ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২”, অসমৰ মিনাক্ষী গোস্বামীলৈ এই সন্মান ।

Leave A Reply

Your email address will not be published.