Daily Time Axom

ভিক্টৰ দাসৰ দদৰাস্থিত বাসগৃহত আৰক্ষীৰ অভিযান

18

নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ ভিক্টৰ দাসৰ দদৰাৰ বাসগৃহত আৰক্ষীৰ অভিযান।সোমবাৰে চলাই আৰক্ষীয়ে এই অভিযান। অভিযানত আৰক্ষীয়ে জব্দ কৰিছে এটা লেপটপ।লগতে জব্দ কৰে বহু সামগ্ৰী।শনিবাৰে আদালতত হাজিৰ কৰা হৈছিল ভিক্টৰ দাসক।৭ দিনৰ আৰক্ষীৰ জিম্মাত দিছিল ভিক্টৰ দাসক ।

উল্লেখ্য যে,তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিত টকাৰ লেন দেনৰ অভিযোগ তুলিছিল ভিক্টৰ দাসে।

Comments are closed, but trackbacks and pingbacks are open.