Daily Time Axom

মহানগৰীৰ হোটেলত উদ্ধাৰ CID বিষয়া নিৰ্মল ভূঞাৰ মৃতদেহ

21

নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ গুৱাহাটীৰ এখন হোটেলত উদ্ধাৰ হৈছে এটা মৃতদেহ। মহানগৰীৰ ভগৱান হোটেলত উদ্ধাৰ হৈছে মৃতদেহটো।এই মৃতদেহটো CIDৰ ASI নিৰ্মল ভূঞাৰ। ASI জনৰ ঘৰ নলবাৰীত বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল।আৰক্ষীৰ দলটোৱে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পাছতহে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিব আৰক্ষীয়ে।

উল্লেখ্য যে, বিগত মে’ মাহৰ পৰাই হোটেলখনত আছিল CID বিষয়াজন।

Comments are closed, but trackbacks and pingbacks are open.