নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ চৰকাৰী চাকৰিৰ দালাল কুঁহিৰাম ডেকাক আটক।দিছ্পুৰ আৰক্ষীয়ে মঙলদৈৰ পৰা আটক কৰে কুঁহিৰাম ডেকাক।
জলসম্পদ বিভাগৰ চাকৰিৰ নামত দালালিৰ অভিযোগত দৰং আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে।
চৰকাৰী চাকৰিৰ নামত দালালি কৰা ৭ দালালক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে।গ্ৰেপ্তাৰ হোৱা অভিযুক্তই নাম লৈছিল কুহিৰাম ডেকাৰ।স্বাস্থ্য, জলসম্পদ, সমাজকল্যাণ বিভাগ আদি বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ কৰিছিল জালিয়াতি।
Comments are closed, but trackbacks and pingbacks are open.