Daily Time Axom

মহানগৰীত প্ৰাক্তন মন্ত্ৰী পুত্ৰৰ মূৰত গুলীয়াই আত্মহত্যা

45

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ গুৱাহাটীত প্রাক্তন মন্ত্রীৰ পুত্রৰ আত্মহত্যা। প্রাক্তন মন্ত্রী তিলক গগৈৰ পুত্র ধ্রুৱ গগৈৰ আত্মহত্যা। পকেটত উদ্ধাৰ হৈছে আত্মহত্যা কৰা ধ্ৰুৱ গগৈৰ ছুচাইড নোট।

গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ ষ্টাৰ ক্ৰেষ্ট এপাৰ্টমেণ্টত সংঘটিত হৈছে এই ঘটনা। নিজৰ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা ধ্ৰুৱ গগৈৰ।

ৰুক্মিণী গাঁৱৰ এটা গাড়ীৰ শ্ব’ ৰূমৰ স্বত্বাধিকাৰী আছিল ধ্রুৱ গগৈ।

Comments are closed, but trackbacks and pingbacks are open.