নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ভিক্টৰ দাসৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।
লগতে আদালতে আৰক্ষীক অহা ২৯ ছেপ্টেম্বৰত কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিত টকাৰ লেন দেনৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰে।তাৰ পাছতেই হৈছিল গ্ৰেপ্তাৰ।