নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ পেট্ৰ’ল-ডিজেল, অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে এইবাৰ যান-বাহনৰ ওপৰত কৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।
১৫ বছৰতকৈয়ো পুৰণি বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই কৰ। আজি বিধানসভাত উত্থাপন হ’ব এই সম্পৰ্কীয় বিধেয়ক।
প্ৰতিখন বাহনৰ বাৰ্ষিক পথ কৰৰ ওপৰত ২৫% সেউজ কৰ আৰোপ কৰা হৈছে। ১০০০ চিচিলৈকে বাহনৰ সেউজ কৰ ৫ হাজাৰ টকা। ১০০০ ৰ পৰা ১৫,০০ চিচিলৈ ৮,০০০ টকা সেউজ কৰ আৰোপ কৰা হৈছে।
আনহাতে ১৫,০০ৰ পৰা ২০০০ চিচিলৈকে ১০,০০০টকা, ২০০০ চিচিৰ ওপৰত বাহনৰ সেউজ কৰ ১৫,০০০ টকা।
Comments are closed, but trackbacks and pingbacks are open.