পূজাৰ মাজতেই মুকলি কৰা হ’ব আৰ্যবিদ্যাপীঠৰ সন্মুখৰ উৰণীয়া সেতু- হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ মহানগৰৰ আৰ্যবিদ্যাপীঠৰ সন্মুখৰে পাৰ হৈ যোৱা উৰণীয়া সেতুখনৰ নিৰ্মাণ প্ৰায় শেষ হৈ উঠিছে।

অহা ২ অক্টোবৰত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হ’ব এই নিৰ্মীয়মান উৰণীয়া সেতুখন। পূজাৰ মাজতে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচৰ পূৰ্বে জনসাধাৰণৰ বাবে মুকলি কৰিব এই উৰণীয়া সেতুখন। সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

AssamDaily time axomGuwahatiHimanta Biswa SarmaIndia