নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ তিনিচুকীয়াত সন্দেহজনক ISI আটক। পত্নীসহ আটক কৰে সন্দেহজনক ISI সদস্য। তিনিচুকীয়াৰ হোটেল ছেফায়াৰৰ পৰা আটক কৰা হয় মহম্মদ হায়াট খাতিব আৰু পত্নী ছামিনা য়াকুবক। ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে কৰে আটক দুয়োকে। জানিব পৰা মতে, মহম্মদ হায়াট খাতিবৰ ঘৰ কৰ্ণাটকৰ হুবলিত।
Comments are closed, but trackbacks and pingbacks are open.