আজিৰে পৰা কাজিৰঙাত বিজেপিৰ চিন্তন শিবিৰ

নিউজ ডেস্ক, ২৪ চেপ্তেম্বৰঃ আজিৰে পৰা কাজিৰঙাত বিজেপিৰ চিন্তন শিবিৰ। কহৰা বৰগছ ৰিজৰ্টত তিনিদিনীয়াকৈ চিন্তন শিবিৰ। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি বৈঠকৰ আয়োজন।

এই বৈঠকৰ আয়োজন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ মিত্ৰজোঁটৰ সকলো বিধায়ক উপস্থিত থাকিব এই চিন্তন বৈঠকত। আজি আবেলি ২ বজাৰ পৰা আৰম্ভ হ’ব এই বৈঠক৷ সধগুৰুৱে অংশগ্ৰহণ কৰিব আজিৰ আৰম্ভণিৰ অনুষ্ঠানত৷ ৩.৩০ বজাত ছেভ ছয়েল মুভমেণ্টৰ এক বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব৷

AssambjpDaily time axomHimanta Biswa SarmaIndiapolitics