নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন ৷ পানীৰ প্ৰবল হেঁচাত ভাগি পৰিল বান্ধৰ সোঁ-পাৰৰ গাৰ্ড ৱাল ৷ ইটোৰ পাছত সিটো অঘটন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ৷ নামনি অঞ্চললৈ আহিছে তীব্ৰ ভাবুকি, যিকোনো মুহূৰ্তত হ’ব পাৰে বৃহৎ অঘটনৰ সম্ভাৱনা ৷
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত জলপ্ৰলয় ।
যিকোনো মুহুৰ্ততে পানীত ডুৱ যাব পাৰে শক্তি গৃহ । ইটোৰ পাছত সিটো অঘটন সোৱণশিৰি প্ৰকল্পত ।
Comments are closed, but trackbacks and pingbacks are open.