Daily Time Axom

আজি শুভ মহালয়া

39

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ বতৰাৰে আজি দেশজুৰি উদযাপন কৰা হৈছে মহালয়া । আজিৰে পৰা পিতৃপক্ষৰ শেষত আৰম্ভ হৈছে দেৱীপক্ষ । পুৰাণ অনুযায়ী এই দিনটোতে আৱিৰ্ভাৱ ঘটে দেৱী দু্ৰ্গাৰ । মহালয়া উপলক্ষ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশেষ অনুষ্ঠান ৷

অসমবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জনালে মহালয়াৰ শুভেচ্ছা।

https://twitter.com/himantabiswa/status/1573843263320379392

Comments are closed, but trackbacks and pingbacks are open.