Daily Time Axom

প্ৰাক্তন কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ নতুন দলৰ নাম ঘোষণা

25

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ প্ৰাক্তন কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ নতুন দলৰ নাম ঘোষণা।গোলাম নবী আজাদৰ নতুন দলৰ নাম ‘ডেম’ক্ৰেকিট আজাদ পাৰ্টি’।জম্মুত সংবাদমেল পাতি নতুন দলৰ নাম ঘোষণা আজাদৰ।

উল্লেখ্য যে, ২৬ আগষ্টত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল গোলাম নবী আজাদে। আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত জম্মুত তেওঁৰ প্ৰথম ৰাজহুৱা সভাত নিজৰ ৰাজনৈতিক দল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।

Comments are closed, but trackbacks and pingbacks are open.