বিহাৰলৈ IPS বিষয়া আনন্দ মিশ্ৰ, শীঘ্ৰেই বিহাৰ কেডাৰত যোগদান কৰিব আৰক্ষী বিষয়াগৰাকীয়ে

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ অসম এৰিলে IGP আনন্দ মিশ্ৰই। অসম-মেঘালয় কেডাৰ এৰি বিহাৰ কেডাৰলৈ আনন্দ মিশ্ৰ। ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেশ্যনৰ বাবে আবেদন কৰিছিল মিশ্ৰই। তাৰ পাছতেই এন অ চি দিলে অসম চৰকাৰে।

শীঘ্ৰেই বিহাৰ কেডাৰত যোগদান কৰিব আৰক্ষী বিষয়াগৰাকীয়ে।

উল্লেখ্য যে, বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ AIGPৰ দায়িত্বত আছিল আনন্দ মিশ্ৰ।

Ananad MishraAssamDaily time axomGuwahatiIndia