নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ মহানগৰৰ চচলত এখন গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ।চচলৰ পথৰ কাষত ৰখাই থোৱা এখন বোলেৰ’ বাহনৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো।মৃতদেহটো কমলপুৰৰ কংকন কলিতা বুলি জানিব পৰা গৈছে।
মৃতদেহতো উদ্ধাৰ হোৱা বলেৰ’ বাহনখনৰ নম্বৰ AS O1BM 2806।ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আৰম্ভ কৰিছে।
Comments are closed, but trackbacks and pingbacks are open.