Daily Time Axom

ভাৰতত নিষিদ্ধ ৬৩ টা পৰ্ণ চাইট, এবাৰ চাওঁক এই তালিকাখন

93

নিউজ ডেস্ক, ৩০ চেপ্তেম্বৰঃ টেলিকমিউনিকেচন বিভাগে তথ্য প্ৰযুক্তি আইন ২০২১ৰ অধীনত ইণ্টাৰনেট প্ৰদানকাৰীসকলক ৬৩টা পৰ্ণ চাইট ব্লক কৰিবলৈ নিৰ্দেশ দিছে।

কেন্দ্ৰই নিষিদ্ধ কৰিছে ৬৩টা পৰ্ণ চাইট। এই চাইটসমূহ তৎক্ষণাত ব্লক কৰাৰ নিৰ্দেশ দিয়া হৈছে। ভাৰতত নিষিদ্ধ কৰা ৬৩টা পৰ্ণ চাইটৰ ভিতৰত আছে– ‘indianporngirl’, ‘aggmaal’, ‘mmsbee’, ‘desi52’, ‘crazy18movies’, ‘ymlporn7’, ‘xxxindianporn2’, ‘goindian2’, ‘desixxxtube2’, ‘anybunny’, ‘ pornolienx’ সাইট। ‘porndor’, ‘dalporn’, ‘homeindiansex’, ‘freeindianporn3’, ‘ruperttube’ ,’pornkashtan’, ‘desixnxx’, ‘indiansexmovies’, ‘desisexy2’, ‘fullindiansex’। , ‘পৰ্ণোলাবা’, ‘ইউটবেথ’, ‘জানুফ্লিক্স’, ‘কামু’, ‘এক্সএনক্সক্স’, ‘মেগাপৰ্নক্স’, ‘দেসিজুগাৰ’ ,’নিউডেছিয়াক্ট্ৰেছ’, ‘অনলিইণ্ডিয়ানপৰ্ণ২’, ‘ফ্ৰীচেক্সিইণ্ডিয়ানছ’, ‘ইণ্ডিয়ানফুক২’,পৰ্ণমাষ্টাৰ’, ‘হাইফিপৰ্ণ ‘, ‘indiapornfilm2’ , ‘indiansexy2’, ‘sexvideosxxx’, ‘watchhindiporn2’, ‘porngif’, ‘mypornsnap’, ‘x-পৰ্ণ’, ‘rhdtube’, ‘indianporngirl’, ‘মাছালাদেসি’, ‘জেৰজেৰ’, ‘hdjerjer’ ‘, ‘crazy18movies’ ‘আন্টিমাজা’।

টেলিকমিউনিকেচন বিভাগে তথ্য প্ৰযুক্তি আইন ২০২১ৰ অধীনত ইণ্টাৰনেট প্ৰদানকাৰীসকলক ৬৩টা পৰ্ণ চাইট ব্লক কৰিবলৈ নিৰ্দেশ দিছে। এবাৰ সেই পৰ্ণ চাইটবোৰ দেশৰ ইণ্টাৰনেট প্ৰদানকাৰীয়ে ব্লক কৰিলে, তেতিয়া সেই চাইটবোৰ পুনৰ খুলিব নোৱাৰিব। সেই চাইটবোৰ ফোন, লেপটপ, ডেস্কটপত খোল নাখাব। প্ৰসংগক্ৰমে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত ২০১৮ চনত ভাৰত চৰকাৰে ৮০০ৰো অধিক পৰ্ণ চাইট নিষিদ্ধ কৰিছিল।

Comments are closed, but trackbacks and pingbacks are open.