নিউজ ডেস্ক,৩০ চেপ্তেম্বৰ: টীয়কত নিশা নৃশংস হত্যাকাণ্ড। টীয়কৰ চেনিজানৰ দোলাকাষৰীয়া গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড। ভদ্ৰ বৰা নামৰ ব্যক্তিজনক দাৰে নৃশংস ভাৱে ঘপিয়াই হত্যা ।খৰি বিক্ৰী কৰি আহোতে পথতে অচিনাক্ত দূৰ্বৃত্তই ঘপিয়াই হত্যা কৰে ব্যক্তি জনক । বৰ্তমানলৈকে হত্যাকাৰীৰ কোনো শুংসূত্ৰ পোৱা নাই লাহদৈগড় আৰক্ষীয়ে।মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।