Daily Time Axom

আজি ষষ্ঠী

43

নিউজ ডেস্ক, ১ অক্টোবৰঃ আজি ষষ্ঠী। আজিৰে পৰা আৰম্ভ হৈছে দূৰ্গা পূজা। বেদীত প্ৰাণ প্ৰতিষ্ঠা হ’ব মহিষমৰ্দিনীৰ ৷ ইতিমধ্যে মহিষমৰ্দিনীক আৰাধনাৰ বাবে সাজু হৈছে ৰাজ্যবাসী ৷

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো যোৱা নিশাৰ পৰাই দেখা গ’ল ষষ্ঠীৰ ব্যাপক প্ৰস্তুতি । দুৰ্গা মন্দিৰত পুৱাৰে পৰা পৰিলক্ষিত হ’ল ভক্তপ্ৰাণ ৰাইজৰ বৃহৎ সমাগম । কেৱল মন্দিৰ সমূহেই নহয় বৰং অস্থায়ীভাৱে নিৰ্মাণ কৰা উপাসনাস্থলী সমুহতো নিকটৱৰ্তী ৰাইজে পুৱাৰে পৰাই কৰিলেহি ভিৰ ।

Comments are closed, but trackbacks and pingbacks are open.