Daily Time Axom

সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ

39

নিউজ ডেস্ক, ২ অক্টোবৰঃ সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ। ধুবুৰীত নাও দুৰ্ঘটনাত সন্ধানহীন হৈ আছিল সঞ্জু দাস। ঘটনাৰ ৭২ ঘণ্টাৰ পাছত উদ্ধাৰ কৰা হয় চক্ৰ বিষয়াজনৰ মৃতদেহ।

ধুবুৰীত নাও দূৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন আছিল সঞ্জু দাস। ২৯ চেপ্তেম্বৰত সংঘটিত হৈছিল এই নাও দূৰ্ঘটনা।ঘটনাস্থলীৰ সমীপতে উদ্ধাৰ কৰা হৈছে সঞ্জু দাসৰ মৃতদেহ।

Comments are closed, but trackbacks and pingbacks are open.