আজি মহাসপ্তমী

নিউজ ডেস্ক, ২ অক্টোবৰঃ আজি মহাসপ্তমী, পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু পূজা-অৰ্চনাৰে ৰাজ্যজুৰি চলিছে দেৱী দুৰ্গাৰ আৰাধনা।

শাৰদীয় দুৰ্গোৎসৱৰ আজি দ্বিতীয়টো দিন অৰ্থাৎ আজি মহাসপ্তমী পূজা। পূজাৰ মণ্ডপে মণ্ডপে তথা শক্তিপীঠ, দেৱালয় আদিত দেৱীক আৰাধনা কৰা হৈছে। সমগ্ৰ দেশৰ লগতে অসমতো পূজাৰ ব্যাপক উছাহ দেখা গৈছে।

AssamDaily time axomFestivalGuwahatiIndia