নিউজ ডেস্ক, ৪ অক্টোবৰঃ দুৰ্গোৎসৱৰ মাজতে তিনিচুকীয়াত লোমহৰ্ষক হত্যাকাণ্ড। ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এজন ছাত্ৰক হত্যা দুৰ্বৃত্তৰ।মৃত ছাত্ৰজন কৈলাসপুৰ দীঘলীপথাৰৰ ৰক্তিম নিমলীয়া।ডিঙি ৰেপি হত্যা ৰক্তিম নিমলীয়াক। অসম-অৰুণাচলৰ চিটপানীত সংঘটিত এই ঘটনা।এটা চিগাৰেটক কেন্দ্ৰ কৰি নৃশংস হত্যাকাণ্ড দুৰ্বৃত্তৰ।
Comments are closed, but trackbacks and pingbacks are open.