নিউজ ডেস্ক, ৫ অক্টোবৰঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী। হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ। ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত পুৱাৰে পৰা আৰম্ভ হৈছে শংকৰ জয়ন্তীৰ কাৰ্যসূচী। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা, মাজুলী, বৰপেটা সত্ৰ, ঢেকীয়াখোৱা নামঘৰকে ধৰি ৰাজ্যৰ সত্ৰ, নামঘৰ সমূহত শংকৰজয়ন্তী উদযাপনৰ লগতে প্ৰায় প্ৰতিটো নাঘমৰত ঠায়ে ঠায়ে জাকমকতা আৰু ঠায়ে ঠায়ে অনুষ্টুপীয়াকৈ হ’লেও উদযাপন কৰা হৈছে।
Comments are closed, but trackbacks and pingbacks are open.