Daily Time Axom

কেৰেলাত দুখন বাছৰ মুখামুখি সংঘৰ্ষ, শিক্ষাৰ্থীসহ ৯ জন লোকৰ মৃত্যু

38

নিউজ ডেস্ক, ৬ অক্টোবৰঃ কেৰেলাত ভয়ংকৰ পথ দূৰ্ঘটনা। কেৰালা পৰিবহন বিভাগৰ এখন বাছৰ সৈতে পৰ্যটক কঢ়িয়াই নিয়া এখন বাছৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ পালাক্কাড জিলাত।

জিলাখনৰ ভাদাক্কানচেৰীত সংঘটিক হোৱা দুৰ্ঘটনাটোত মৃত্যু হৈছে ৫ শিক্ষাৰ্থীসহ ৯ জন লোকৰ।এখন পৰ্যটক কঢ়িয়াই নিয়া বাছ আৰু কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা।

Comments are closed, but trackbacks and pingbacks are open.