চিলাপথাৰৰ লাইমেকুৰীত ৰে’লৰ খুন্দাত এজন কিশোৰৰ মৃত্যু

নিউজ ডেস্ক, ৬ অক্টোবৰঃ চিলাপথাৰৰ লাইমেকুৰীত শোকাৱহ ঘটনা ৷ ৰে’লৰ খুন্দাত এজন কিশোৰৰ মৃত্যু ৷ ৰে’লৰ চিৰিত বহি ম’বাইলত গেম খেলি আছিল কিশোৰজনে ৷

মূৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত লাইমেকুৰী ৰেলৱে ষ্টেচনত নামনিমুৱা লাচিত এক্সপ্ৰেছৰ খুণ্ডাত ইন্দ্ৰজীত দেৱ নামৰ এজন কিশোৰৰ মৃত্যু হয়।

গুৰুতৰ ভাৱে আহত কিশোৰজনক পৰিয়ালৰ লোকে ৰুকচিনস্থিত দিৱজনী মেডিকেলত ভৰ্তি কৰোৱা হয় যদিও কিশোৰজন মৃত ঘোষণা কৰে চিকিৎসকে।

AssamDaily time axomDeathIndiaSilapatharTrain Accident