Daily Time Axom

মেক্সিকোত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীত মেয়ৰসহ ১৮জনৰ মৃত্যু

33

নিউজ ডেস্ক, ৬ অক্টোবৰঃ মেক্সিকোৰ ‘মেক্সিকান চিটী হল’ত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ ৷ গুলীবৰ্ষণত মেয়ৰসহ ১৮ জনৰ মৃত্যু হয়৷ ‘মেক্সিকান চিটী হল’ৰ এক অনুষ্ঠানৰ মাজতে এই গুলীবৰ্ষণ ৷ গুলীচালনাত অভিযুক্ত এজনক আটক আৰক্ষীৰ ৷

এই সন্দৰ্ভত দেশখনৰ গুৰেৰ’ ৰাজ্যৰ ৰাজ্যপাল এভেলীন চালগাডো পিনেডাই গভীৰ শোক প্ৰকাশ কৰি কয় যে, দোষীৰ বিৰুদ্ধে কঠোৰ স্থিতি অৱলম্বন কৰিব আৰক্ষীয়ে । আৰু ৰাজ্যখনৰ নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে মেক্সিকো আৰক্ষীয়ে ।

Comments are closed, but trackbacks and pingbacks are open.