Daily Time Axom

বিশিষ্ট ফৰাচী সাহিত্যিক এনি এৰ্নক্সক ২০২২ৰ সাহিত্যৰ ন’বেল বঁটা ঘোষণা

48

নিউজ ডেস্ক,৭ অক্টোবৰঃ ফৰাচী লেখিকা এনি এৰ্নক্সলৈ সাহিত্যৰ ন’বেল বঁটা। ন’বেল বঁটা সমিতিয়ে এনি এৰনাক্সৰ নাম ঘোষণা কৰিছে।এনি এৰ্নক্সই ফৰাচীকে ধৰি ইংৰাজীত বহুতো উপন্যাস, নাটক আৰু প্ৰবন্ধ লগতে তেওঁ বহুতো চলচ্চিত্ৰৰ কাহিনীও লিখিছে।

৮২ বছৰীয়া এনিক তেখেতৰ সাহস আৰু লাক্ষণিক তীক্ষ্ণতাৰে ব্যক্তিগত স্মৃতিক, ব্যৱস্থা আৰু সামূহিক সীমাবদ্ধতাৰ ওপৰত আলোকপাত কৰা লিখনিৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.