গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী ভ্ৰমনক লৈ যান-বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা

নিউজ ডেস্ক, ৭ অক্টোবৰঃ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব অমিত শ্বাহ। ৭, ৮ আৰু ৯ অক্টোবৰত গুৱাহাটীত হ’ব কেইবাখনো সভাত অংশ গ্ৰহণ কৰিব অমিত শ্বাহে।কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে মহানগৰ যান বাহন আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

৭ অক্টোবৰৰ পুৱা ১১.৩০ৰ পৰা নিশা ১১ বজালৈ ২৭-১৭ নং ৰাষ্ট্রীয় ঘাইপথত ৬ চকা বা ওপৰৰ বাণিজ্যিক বাহন বন্ধ।

৮ অক্টোবৰৰ পুৱা ৭ৰ পৰা নিশা ১১.৩০ বজালৈ ২৭-১৭ নং ৰাষ্ট্রীয় ঘাইপথত ৪ চকা বা ওপৰৰ বাণিজ্যিক বাহন বন্ধ।

৯ অক্টোবৰৰ পুৱা ৮ৰ পৰা নিশা ১১.৩০ বজালৈ DG Road, AT Road, MG Roadত সকলো বাণিজ্যিক বাহন বন্ধ। KLB Road, Taibulla Road, GNB Roadতো বন্ধ বাণিজ্যিক বাহন। B Boruah Road, LGS Road তো সকলো বাণিজ্যিক বাহন বন্ধ।বাণিজ্যিক বাহনৰ বাহিৰে আন বাহনত নাথাকে কোনো নিষেধাজ্ঞা।

Amit ShahAssamDaily time axomGuwahatiIndiaTraffic Police