বিধায়ক বলিন চেতিয়া আৰু বিধায়ক প্ৰশান্ত ফুকনক কেবিনেট মৰ্যাদা প্ৰদান

নিউজ ডেস্ক, ৮ অক্টোবৰঃ শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠক। এই বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
ৰাজ্যৰ ২ বিধায়কলৈ কেবিনেট মৰ্যাদা। শদিয়াৰ বিধায়ক বলিন চেতিয়া আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক কেবিনেট মৰ্যাদা প্ৰদান।

AIDCৰ অধ্যক্ষ পদত আছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন। অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষ বলীন চেতিয়া।

AssamBalin ChetiaDaily time axomGuwahatiIndiaPrashanta Phukan