Daily Time Axom

গোলাপী ৰঙৰ হীৰা বিক্ৰী হৈছে ৫১৬ কোটি টকাত

0 33

হংকঙত অনুষ্ঠিত নিলামত বিশ্ব অভিলেখ মূল্যত বিক্ৰী হোৱা এটা বিৰল গোলাপী ৰঙৰ হীৰা। আজিৰ দিনটোতে ১১.১৫ কেৰেটৰ হীৰাৰ মূল্য বৃদ্ধি পাই ৪ কোটি ৯৯ মিলিয়ন মাৰ্কিন ডলাৰ হয়। শুকুৰবাৰে নিলাম প্ৰতিষ্ঠান ছ’থেবিজ হংকঙে অনুষ্ঠিত কৰে এই নিলাম। উইলিয়ামছন পিংক ষ্টাৰ হীৰাটো প্ৰথমতে ২১ লাখ ডলাৰত বিক্ৰী হ’ব বুলি অনুমান কৰা হৈছিল। কিন্তু অৱশেষত ই ৰেকৰ্ডত থকা প্ৰতি কেৰেটত সৰ্বাধিক মূল্যত বিক্ৰী হৈছিল। দুটা ঐতিহাসিক হীৰাৰ নামেৰে এই হীৰাৰ নামকৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.