নিউজ ডেস্ক, ৯ অক্টোবৰঃ আজি অসমলৈ অনা হ’ব হিমস্খলনত নিহত দীপশিখাৰ নশ্বৰ দেহ । আজি বিমানেৰে অসমলৈ অনা হ’ব দীপশিখাৰ নশ্বৰ দেহ।
হিমালয়ৰ দ্ৰৌপদী কা দাণ্ডাত প্ৰশিক্ষণ ল’বলৈ গৈ অকাল মৃত্যুক আকোৱালি লৈছিল প্ৰতিভাৱান পৰ্বতাৰোহী দীপশিখাই।