তেজস্বিতাক শ্ৰদ্ধঞ্জলি, ধিক্কাৰ মাজুলীয়ান

তিনিদিনে তদন্তকাৰী বিষয়া বহি থাকিল ,এজনো সাক্ষী আগবাঢ়ি নাহিল।

ধিক্কাৰ মাজুলীয়ান…

কেমেৰা দেখিলেহে টেঁটু ফালিব পাৰে…কেমেৰা অফ হ’লে মুখ বন্ধ…!

কোনেও নেদেখিলে তেজস্বিতাৰ মৃত্যু…

মাত্ৰ আবেগ ভৰা কথাৰে দায়িত্ব সমৰিলে

কোনো মাজুলীয়ানে  কামিহাড় পোন কৰি ক’ব নোৱাৰিলে প্ৰকৃততে কি হৈছিল তেজস্বিতাৰ…!

ঘটনাৰ সময়ত নিজকে সচেতন ব্যক্তি হিচাপে সামাজিক মাধ্যমত লিখা কথাবোৰ আপঙৰ ৰাগীত লিখিছিল নেকি ?

যাৰ বাবে তদন্ত কৰি আৰক্ষীক একো ক’ব নোৱাৰিলে…

এনেকৈ দিয়া হ’ল নেকি তেজস্বিতাক শ্ৰদ্ধঞ্জলি !


কন্দাকটা,প্ৰতিবাদৰ হুমকি দিয়া লোকে আকৌ কামনা কৰে পুনৰ তেজস্বিতাৰ দৰে হওক ঘটনা ।

যাৰ বাবে তেজস্বিতাৰ মৃত্যুৰ প্ৰশাসনীয় তদন্তৰ ৰাজহুৱা সাক্ষ্যগ্ৰহণৰ শেষ দিনত কোনো নাহিল ।

তিনিদিনে তদন্তকাৰী বিষয়া বহি থাকিল ,এজনো সাক্ষী আগবাঢ়ি নাহিল।

আকৌ মাজুলীলৈ বিপদ মাতিছে মাজুলীয়ানে ।

assam news 24assam news liveassam news todaycongress assam newscovid assam newsdaily assam newslatest assam newstoday assam news live guwahati
Comments (0)
Add Comment