মহানগৰীৰ চিটীবাছত হ’ব ই-টিকটৰ ব্যৱস্থা, পৰিবহণ বিভাগে জাৰি কৰিলে নিৰ্দেশনা

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সকলো চিটী বাছত থাকিব লাগিব E-Ticketingৰ মেচিন।

জিলা পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰি দিয়া মূল্যতহে যাত্ৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব বাছৰ ভাড়া। E-Ticketingৰ মেচিন নথকা চিটিবাছৰ যাতায়ত নিষিদ্ধ ঘোষণা কৰা হ’ব। ১ নৱেম্বৰলৈ সময়সীমা কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহণ বিভাগৰ।

AssamDaily time axomGuwahatiIndia