Daily Time Axom

পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল লাটমণ্ডল

28

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ পুনৰ উৎকোচ লৈ জালত পৰিল এজন লাট মণ্ডল। তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ সময়তে হাতে–লোটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডলজনক। যোৰহাট ৰাজহ চক্ৰৰ লাট মণ্ডল মহম্মদ আব্দুল বাকি শ্বেইখক গ্ৰেপ্তাৰ। ভূমি সংক্ৰান্তীয় নথিৰ কামৰ বাবে উৎকোচ লৈছিল লাট মণ্ডলজনে। ধন লৈ থকাৰ সময়তে গ্ৰেপ্তাৰ হয় লোকজন।

Comments are closed, but trackbacks and pingbacks are open.