Daily Time Axom

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২১ জন সাংবাদিকলৈ জাফা’ৰ গ্ৰাম্য সাংবাদিকতা বঁটা ঘোষণা

38

গুৱাহাটী : ৰাজ্যৰ সাংবাদিক – সংবাদকৰ্মীৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফা’ই আজি JAFA ACHIEVERS AWARD 2022 ( for Rural Journalism ) ৰ নামসমুহ ঘোষণা কৰে । ‘জাফা’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক বিবৃতি যোগে জাফা’ৰ গ্ৰাম্য সাংবাদিকতা বঁটা ২০২২ বৰ্ষৰ বঁটা প্ৰাপক সকলৰ নাম সমুহ ঘোষণা কৰে ।

জাফা’ৰ ২০২২ বৰ্ষৰ গ্ৰাম্য সাংবাদিকতাৰ বঁটা প্ৰাপক সকল হ’ল ক্ৰমে —

১/ প্ৰশান্ত মহন্ত, ইষ্টাৰ্ণ ক্ৰনিকেল , তেজপুৰ

২/ বীৰেন সিং ইংহি, কে,এই,টি নিউজ চেনেল, পশ্চিম কাৰ্বি আংলং

৩/ জয়ন্ত কাকতি, অসমীয়া প্ৰতিদিন, পাথৰিঘাট

৪/মনালিছা শৰ্মা , দৈনিক অগ্ৰদূত, কোকৰাঝাৰ

৫/ বিশ্ব কল্যাণ পূৰকায়স্হ,প্ৰান্তজ্যোতি দৈনিক, শিলচৰ

৬/ ৰঞ্জিত দত্ত, ভিডিও সাংবাদিক, ডি ৱাই ৩৬৫, বঙাইগাঁও

৭/কমল কৃষ্ণ ডেকা, প্ৰতিদিন টাইম, ডিমৰীয়া

৮/ ৰিপুঞ্জয় নাথ ,নিউজ ১৮, ওদালগুৰি

৯/চন্দ্ৰ সিং ৰংপি, কাৰ্বি লাইভ,‌ বিশ্বনাথ চাৰিআলি

১০/ধনকেশ বৰ্মন, নাৰদ লাইভ, চিথিলা

১১/মৃণাল শৰ্মা, আমাৰ প্ৰণাম, শোণিতপুৰ

১২/ মিণ্টু তালুকদাৰ, প্ৰথম খবৰ, বিজনী

১৩/কানেশ্বৰ ডেকা, নিউজ লাইভ,‌কলাইগাও

১৪/ দীপৰাজ পেগু, আমাৰ অসম , গোগামুখ

১৫/বনমালী মহন্ত , অৰুণোদয় লাইভ ,ধেমাজি

১৬/ দিগন্ত সোণোৱাল , অসমীয়া প্ৰতিদিন ,বগীনদী

১৭/ ৰাজু বৰা , ঈশান নিউজ , বান্দৰ দোৱা

১৮/ ৰত্নেশ্বৰ চহৰীয়া , দৈনিক জনমভূমি , দেওমৰনৈ

১৯/ দুলাল ডেকা , এন ই লাইভ , দৰঙ

২০/ৰমেশ দাস , নিয়মীয়া বাৰ্তা , সোণাপুৰ

২১/ আমজাদ আলী , অসমীয়া খবৰ , লেংটিচিঙা, অভয়াপুৰী

অহা ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্ষূপূৰ্ণ অনূষ্ঠানত এই বঁটা সমুহ প্ৰদান কৰা হ’ব। আনহাতে জাফা’ৰ অনান্য শিতানৰ বঁটা সমুহো দুই এদিনতে ঘোষণা কৰা হ’ব বুলি বিবৃতিটোত প্ৰকাশ কৰে।

Comments are closed, but trackbacks and pingbacks are open.